জীৱনৰ সুবাস
হুইল চেয়াৰখনত বহি বহি মানসে এৰি অহা অতীতলৈ ঘুৰি যাবৰ চেষ্টা কৰিলে । জীৱনটো কৰ পৰা যে কি হৈ গল । হলিৰাম আৰু সুৰভীৰ একমাত্ৰ লৰা আছিল সি । গাৱৰ সকলোকামতে আগৰণুৱা মানস খেলা ধুলা নৃত্য গীত সকলোতে পাকৈত মানস পঢ়া শুনাতো অত্যন্ত চোকা আছিল ।...(আগলৈ)